আৰক্ষীআৰক্ষী ছাউনী

আৰক্ষী চকী (Assamese) [ Roman: a.rokhyi so.ki]
Contributed by: Abdul Wahab on 2008-06-30
1. (Material Noun-Neuter) A station that serves as headquarters for police in a particular district; serves as a place from which policemen are dispatched and to which arrested persons are brought. এখন জিলাত আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ৰূপে সেৱা আগবঢ়োৱা কেন্দ্ৰ, য’ৰ পৰা আৰক্ষীসকলক বিভিন্ন ঠাইলৈ পঠোৱা হয় আৰু গ্ৰেপ্তাৰ কৰা লোকসকলক য’লৈ অনা হয় ৷